Home>>অসম

কলিয়াবৰৰ আখীৰঙাত পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে নিকিতা শইকীয়া নামৰ প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে

কলিয়াবৰৰ আখীৰঙাত পথ দুৰ্ঘটনা।হাটবৰ বামুণী সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইটাভৰ্তি বাহনৰ খুন্দাত নিহত হয় এগৰাকী কণমানি ছাত্ৰী। প্ৰাণ হেৰুৱালে নিকিতা শইকীয়া নামৰ প্ৰথম শ্ৰে...

Read Article

কৰিমগঞ্জত উদ্ধাৰ ৪টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ

কৰিমগঞ্জত কোৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা। বাৰইগ্ৰামৰ কোৰিয়া ছাৰ্ভিচৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।

Read Article

ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল এটা অঞ্চল

ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল এটা অঞ্চল। পেট্ৰল পাম্পৰ  কাষতে থকা বাঁহ গছত হঠাৎ দপ দপকৈ জ্বলি উঠে । 

Read Article

ধাৰাষাৰ বৰষুণৰ বাবে নষ্ট হ'ল শ শ কৃষকৰ ধানৰ খেতি

 বৰষুণেই কাল হ'ল কৃষকৰ বাবে। ধাৰাষাৰ বৰষুণৰ বাবে নষ্ট হ'ল শ শ কৃষকৰ ধানৰ খেতি। ৫৪০ হেক্টৰ মাটিৰ প্ৰায দুই কোটি টকাৰ বৰো ধান ক্ষতিগ্রস্ত হৈছে বুলি জনা গৈছে।

Read Article

আগন্তুক ৫ দিনত ৰাজ্যত বতৰে ল’ব পাৰে কালৰূপ !

২৪ ঘণ্টাত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত। ৰাজ্যৰ ভিন্ন ঠাইত হ’ব পাৰে ধুমুহা–শিলাবৃষ্টিলৈও সতৰ্কবানী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।  

Read Article

বোকাখাতৰ কুৰুৱাবাহী নিকৰিত শোকাৱহ ঘটনা, ধনশিৰি নৈত মাছ মাৰিব গৈ উটি গ’ল এজন

বোকাখাতৰ কুৰুৱাবাহী নিকৰিত শোকাৱহ ঘটনা। ধনশিৰি নৈত মাছ মাৰিব গৈ উটি গ’ল এজন। মাছ ধৰিবলৈ নৈৰ বুকুত ডুব মাৰিছিল বিজয় মিচং নামৰ লোকজনে।

Read Article

মৰিয়নিৰ ডকলঙীয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

মৰিয়নিৰ ডকলঙীয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। মৰিয়নিৰ ইটাভাটাৰ পথত উদ্ধাৰ লোকজনৰ মৃতদেহ।

Read Article

ডিমা হাছাওৰ ডিটেকচৰাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যাত্ৰী

ডিমা হাছাওৰ ডিটেকচৰাত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল নৈশ বাছ। দুৰ্ঘটনাত আহত হয় বাছখনৰ ৩০ জন যাত্ৰী।

Read Article

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। চকীঘাটৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১জন।

Read Article

মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড

মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় দুখনকৈ দোকান।

Read Article

বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা

বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন।

Read Article

দৰমহা নাপালে বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰে শিক্ষকে ! ৪৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মেট্ৰিক পৰীক্ষাত পাছ কৰিলে মাথোঁ ৩জনে ।

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি পেলোৱাৰ অভিযোগ। ছাত্ৰ-ছাত্ৰী ফলাফল বেয়া হোৱাৰ বাবে শিক্ষকক গামোচা পিন্ধাই আৰু ৰসগোল্লা খোৱাব অভিভাৱকে।

Read Article

চৰকাৰ নিৰ্বাচনৰ সময়তে পুনৰ মূল্যবৃদ্ধি, ১ কেজি নহৰুৰ দাম ২৫০ টকা বৃদ্ধি আৰু আদাৰ দাম প্ৰতিকিলো ৪০০ টকা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে হুৰাহুৰে বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ দাম। অসমত অত্যধিক হাৰত বৃদ্ধি পাচলিৰ মূল্য, মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ।

Read Article

অসমৰ ৫সমষ্টিৰ শেহতীয়া আপডেট, কিমান শতাংশ সম্পন্ন হ’ল ভোটদান প্ৰক্ৰিয়া?

অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ সহাঁৰি। ডিব্ৰুগড়ত ভোটদানৰ হাৰ ৯.৬২ শতাংশ।

Read Article

নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ

নাহৰকটীয়া সমষ্টিৰ ন-চাউদাং গাঁৱত চাৰিটাকৈ বাসগৃহত অগ্নিকাণ্ড। নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ।

Read Article

TWITTER

FACEBOOK