Home>>উত্তৰ-পূব

 খিলঞ্জীয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বৃহৎ সিদ্ধান্ত। 

 খিলঞ্জীয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বৃহৎ সিদ্ধান্ত। 

Read Article

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষনা

সাহায্যৰ বাবে অতিৰিক্ত ধন বিছাৰি স্মাৰক পত্ৰ দাখিলৰ সিদ্ধান্ত ৰাজ্যখনৰ

Read Article

কৃত্ৰিম বানপানী বনাম প্ৰদূষণ! USTM প্ৰসংগত মুখ্যমন্ত্ৰীৰ স্থিতিত সৰৱ মেঘালয়ৰ জনপ্ৰতিনিধি

মেঘালয়েদি বৰাকলৈ যাতায়াত বন্ধ কৰাৰ প্ৰস্তাৱ মেঘালয় বিধায়কৰ।

Read Article

আজিও ভাৰত-বাংলাদেশ সীমান্ত অৱস্থান শ শ হিন্দু বাংলাদেশীৰ

আজিও ভাৰত-বাংলাদেশ সীমান্ত অৱস্থান শ শ হিন্দু বাংলাদেশীৰ।ভাৰতত শৰণাৰ্থী হিচাপে প্ৰৱেশৰ চেষ্টা চলাইছে এই সকল হিন্দু বাংলাদেশীয়ে।

Read Article

শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও আইনৰ ৰোষত পৰিব অবৈধ স্বামী !

নাবালিকাক বিবাহ কৰোৱাসকল সাৱধান। বাল্য বিবাহ কৰোৱা কাকোৱেই ৰেহাই নিদিয়ে আইনে।

Read Article

স্বাস্থ্যখণ্ডত মাচুল বৃদ্ধিৰ সিদ্ধান্তৰে সৰ্বসাধাৰণক পুনৰ মাধমাৰ

সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই চৰকাৰী চিকিত্‍সালয়ত বৃদ্ধি পালে মাচুল। বৃহস্পতিবাৰৰ পৰা পঞ্জীয়ন মাচুলকে ধৰি প্ৰতিবিধ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হ’ল আৰু ইয়াক লৈ সৃষ্টি প্ৰতিক্ৰিয়াৰ।

Read Article

বিজেপি এৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই

বিজেপি এৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল। বিজেপিৰ পৰা কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি।

Read Article

১ আগষ্টৰ পৰা বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ, কাৰ বাবে এই সেৱা, কেনেকৈ পাব সুবিধা?

সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ বাবে হাতত লোৱা হৈছে বিশেষ পদক্ষেপ। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী।

Read Article

প্ৰি–কোৱাৰ্টাৰ ফাইনেলত জয়ী লাভলীনা বৰগোহাঁই

বিজয়েৰে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ। নৰৱে’ৰ প্ৰতিদ্বন্দ্বী ছুন্নীভা হফষ্টাডক ধৰাশায়ী কৰি কোৱাৰ্টাৰত অসম কন্যা।

Read Article

মাজুলীবাসীয়ে চিৰকাললৈ পাহৰিব লাগিব নেকি ফেৰী সেৱা?

ভয়ংকৰ বিপদৰ সন্মুখীন মাজুলীবাসী। মাজুলীত বৰ্তমান অচল ফেৰী সেৱা। চিৰকাললৈ পাহৰিব লাগিব নেকি ফেৰী সেৱা?

Read Article

চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী

চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চাকৰি প্ৰত্যাশীক দিলে মুকলি বাৰ্তা। সকলোকে ১৫ আগষ্টৰ ভিতৰত এই কাম কৰাৰ নিৰ্দেশ।

Read Article

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক অধিক গতিশীল কৰাৰ প্ৰয়াস পৰ্যটন উদ্যোগী অভিজিত গগৈৰ

কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন বা গতানুগতিক এক ধাৰাৰ মাজত সীমাবদ্ধ ৰখাৰ বিপৰীতে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিছে অভিজিত গগৈয়ে৷

Read Article

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতিছে এশিঙীয়া গঁড়

বান কমিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতিছে এশিঙীয়া গঁড়। ৰাষ্ট্ৰীয় পথ পাৰ হৈ পুনৰ আপোন ঘৰলৈ বনৰীয়া হাতীৰ জাক।

Read Article

ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত ৰাজ্য

গ্ৰীষ্ম প্ৰবাহত জুৰুলা ৰাজ্য। পুৱাতে খাও খাওকৈ ওলোৱা বেলিটোৱে এতিয়া জলা-কলা খুৱাইছে আটাইকে। আতুৰ হৈ পৰিছে জীৱকূল। কেতিয়া শাওনৰ এচাতি মলয়াই শাত পেলাব দেহা?

Read Article

দিল্লীত অসমৰ যুৱতীক হত্যা!

দিল্লীত শিলচৰৰ যুৱতীক নৃশংস হত্যা। প্ৰেমিকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল শিলচৰৰ যুৱতীৰ। দক্ষিণ পশ্চিম দিল্লীৰ পাচানপুৰ ক’লনীত এই ঘটনা।

Read Article