কৰিমগঞ্জত উদ্ধাৰ ৪টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ

DY365
DY365
Published: May 4,2024 12:35 PM
DY365

Story highlights

কৰিমগঞ্জত কোৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা। বাৰইগ্ৰামৰ কোৰিয়া ছাৰ্ভিচৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।

৪ মে’, ২০২৪ঃ কৰিমগঞ্জত কোৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা। বাৰইগ্ৰামৰ কোৰিয়া ছাৰ্ভিচৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।



অভিযানত উদ্ধাৰ ৪টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ। এটা মিক্সিৰ ভিতৰত লুকুৱাই ৰাখিছিল ড্ৰাগছখিনি।



কৰিমগঞ্জৰ পৰা বাংগালুৰুলৈ ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা। বৰ্তমানো আৰক্ষীয়ে আটক কৰিব পৰা নাই সৰবৰাহকাৰীক।



সৰবৰাহকাৰীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। 


Related

TWITTER

FACEBOOK