মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই কেইবাহাজাৰো নিৰীহ লোকৰ প্ৰাণ কাঢ়িছে। এইবাৰ ইজৰাইলৰ লেবানন আক্ৰমণত নিহত হৈছে এজন বাংলাদেশী শ্ৰমিক। বেইৰুটৰ এখন কফী দোকানত থাকোতেই ইজৰাইলৰ আক্ৰমণত নিহত হ...
গ্ৰেপ্তাৰ নে আত্মসমৰ্পন! নিশা ক'ত কটালে চুমী-তাৰ্কিকে?
পুনৰ দেশ কঁপাই গল এক ভয়ংকৰ বাছ দুৰ্ঘটনাই । শোকাৱহ বাছ দুৰ্ঘটনাত থিতাতে নিহত ১৭ জনকৈ লোক।
চোৰৰ উপদ্ৰৱে টোপনি হৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনতাৰ। এইবাৰ আকৌ ৰাইজে ধৰি দিয়া চোৰ ধৰি ৰখাটো ব্যৰ্থ হ'ল আৰক্ষী।
১৪০খন ৰে’লৰ চলাচল বাতিল কৰিছে ৰে’ল বিভাগে।
পেৰিছ পেৰাঅলিম্পিকৰ পৰা ভাৰতীয় ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈসকলে। বৰ্তমানলৈকে এটা সোণৰ, দুটা ৰূপৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।
ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত অঘটন । কনিষ্টবলক বচাবলৈ গৈ গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া।
ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য কাণ্ডই জোকাৰি গৈছে ৰাজ্য। এইবাৰ নিজ বোৱাৰীক ধৰ্ষণ কৰিলে শহুৰেকে। তিতাবৰত সংঘটিত হৈছে এই জঘণ্য ঘটনা।
নেপালত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। প্ৰবল বৰষুণৰ বাবে উফন্দি উঠা মাৰ্চয়াংদি নদীত পৰিল এখন ভাৰতৰ বাছ।
শুকুৰবাৰে ইউক্ৰেইন ভ্ৰমণলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। পোলেণ্ডৰ পৰা কীভলৈ ৮ ঘণ্টীয়া ৰে’ল যাত্ৰা কৰিব নৰেন্দ্ৰ মোদীয়ে। ইউক্ৰেইনৰ উপৰেৰে বিমান চলাচল নিষিদ্ধ বাবে কৰিব ৰে’ল যাত্ৰা।
‘সমাজত দৰকাৰ নাই জোনাব–ইমামৰ’, ‘আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই’ ‘মুছলমান সমাজৰ পৰা হ’ব লাগে ডাক্টৰ–ইঞ্জিনিয়াৰ’।
এগৰাকী অকলশৰীয়া মহিলাক সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ নিৰ্যাতন চলাইছিল দুই নৰাধমে। মহিলাগৰাকীক টানি নিছিল এটা আন্ধাৰ গলিলৈ।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়াৰ বিৰুদ্ধে চলিব ভূমি কেলেংকাৰিৰ তদন্ত
স্ব-দেশত উপস্থিত হৈয়ে কান্দোনত ভাগি পৰিল বিনেশ ফ’গাট। "মোৰ দেশবাসীৰ পৰা লাভ কৰা এই মৰম আৰু সন্মানৰ বাবে মই চিৰ কৃতজ্ঞ" বুলি মন্তব্য বিনেশ ফ’গাটৰ।
দেশজুৰি স্বাস্থ্য সেৱাত এতিয়া এক প্ৰকাৰৰ অচলাৱস্থা। আপোনাৰ প্ৰয়োজনত আপুনি হাস্পতালত নাপাবও পাৰে চিকিৎসকক।