অসমৰ ৫সমষ্টিৰ শেহতীয়া আপডেট, কিমান শতাংশ সম্পন্ন হ’ল ভোটদান প্ৰক্ৰিয়া?

DY365
DY365
Published: April 19,2024 09:52 AM
DY365

Story highlights

অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ সহাঁৰি। ডিব্ৰুগড়ত ভোটদানৰ হাৰ ৯.৬২ শতাংশ।

১৯ এপ্ৰিল, ২০২৪ঃ অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ সহাঁৰি। ডিব্ৰুগড়ত ভোটদানৰ হাৰ ৯.৬২ শতাংশ।



যোৰহাট ১২.২৭ শতাংশ। কাজিৰঙাত ১০.৩৪ শতাংশ। লখিমপুৰত ১০.৯৭ শতাংশ। শোণিতপুৰত ১২.৬৯ শতাংশ। ৰাজ্যত ৯.৩০ বজালৈ ভোটদানৰ হাৰ ১১.১৫ শতাংশ। 
 


Related