চৰকাৰ নিৰ্বাচনৰ সময়তে পুনৰ মূল্যবৃদ্ধি, ১ কেজি নহৰুৰ দাম ২৫০ টকা বৃদ্ধি আৰু আদাৰ দাম প্ৰতিকিলো ৪০০ টকা

DY365
DY365
Published: April 22,2024 11:34 AM
DY365

Story highlights

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে হুৰাহুৰে বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ দাম। অসমত অত্যধিক হাৰত বৃদ্ধি পাচলিৰ মূল্য, মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ।

২২ এপ্ৰিল, ২০২৪: চৰকাৰ নিৰ্বাচনৰ সময়তে পুনৰ মূল্যবৃদ্ধি।  পুনৰ বৃদ্ধি পালে আলু,আদা,নহৰুৰ দাম। নিৰ্বাচনৰ মাজতে বজাৰত পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। প্ৰতিকেজি আলুৰ দাম হ'লগৈ ৩০ টকা।



সমান্তৰালকৈ প্ৰতিকেজি  নহৰুৰ দাম  ২৫০ টকা আৰু আদাৰ  দাম প্ৰতিকিলো ৪০০ টকা।  । নিৰ্বাচনৰ মাজতে আলু, নহৰু, আদাৰ দাম বৃদ্ধি । গোপনে বণিক গোষ্ঠীয়ে বৃদ্ধি কৰিছে খাদ্য সামগ্ৰীৰ মূল্য । 




 


Related

TWITTER

FACEBOOK