ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল এটা অঞ্চল

DY365
DY365
Published: May 4,2024 10:52 AM
DY365

Story highlights

ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল এটা অঞ্চল। পেট্ৰল পাম্পৰ  কাষতে থকা বাঁহ গছত হঠাৎ দপ দপকৈ জ্বলি উঠে ।

৪ মে',২০২৪: ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল এটা অঞ্চল। চাপৰৰ ৰৌমাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ৰৌমাৰী স্থিত ভাৰত পেট্ৰল পাম্পৰ  কাষতে সংঘটিত হয় এই অগ্নিকাণ্ড।  পেট্ৰল পাম্পৰ  কাষতে থকা বাঁহ গছত হঠাৎ দপ দপকৈ জ্বলি উঠে । 



ৰাইজ আৰু  অগ্নি নিৰ্বাপক বাহিনী সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় । কথমপি ৰক্ষা পৰে ভাৰত পেট্ৰল পাম্পৰ লগতে কাষৰীয়া অঞ্চল সমূহ।বৈদ্যুতিক তাৰৰ সংযোগৰ ফলত এই অগ্নি কাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। 


Related

TWITTER

FACEBOOK