নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ

DY365
DY365
Published: April 19,2024 07:57 AM
DY365

Story highlights

নাহৰকটীয়া সমষ্টিৰ ন-চাউদাং গাঁৱত চাৰিটাকৈ বাসগৃহত অগ্নিকাণ্ড। নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ।

১৯ এপ্ৰিল, ২০২৪ঃ নাহৰকটীয়া সমষ্টিৰ ন-চাউদাং গাঁৱত চাৰিটাকৈ বাসগৃহত অগ্নিকাণ্ড। নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ।



আদিত্য গগৈৰ ঘৰত নিশা অগ্নিসংযোগ দুৰ্বৃত্তৰ। আদিত্য গগৈৰ লগতে একে গাঁৱৰে ৪টা পৰিয়ালৰ ঘৰ ভস্মীভূত। গাঁওখনৰ পৱন বৰা, প্ৰবীণ গগৈ, যাদৱ বৰাৰ ঘৰো ভস্মীভূত হয়।



বাসগৃহৰ লগতে গৃহস্থই ঘৰত জমা কৰি ৰখা বৃহত্‍ পৰিমাণৰ চাহপাতো ভস্মীভূত হয় অগ্নিকাণ্ডত। ন-চাওদাঙৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ঘটনা।



ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ।




 


Related

TWITTER

FACEBOOK