বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা

DY365
DY365
Published: April 22,2024 03:21 PM
DY365

Story highlights

বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন।

২২ এপ্ৰিল, ২০২৪ঃ বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন। বাহনখনত আছিল ৪জনকৈ যাত্ৰী।



গাড়ীৰ ভিতৰৰ পৰা গাঁৱৰ ৰাইজে উদ্ধাৰ কৰে চাৰিওজন যাত্ৰীক। সংকটজনক অৱস্থাত যাত্ৰী কেইজনক উদ্ধাৰ কৰা হয়। এজন যাত্ৰীক অতি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত উপস্থিত হয় বালাপাৰা আৰক্ষী। 




 


Related

TWITTER

FACEBOOK