শিলচৰৰ শ্ৰীকোনা ডেইলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শিলচৰ কৰিমগঞ্জ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা। থিতাতে নিহত হয় এজন লোক।
লখিমপুৰৰ লালুকৰ কৰুণাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মাজনিশা পথৰ কাষৰ ৰেলিং ভাঙি দ পুখুৰীত পৰিল মহিন্দ্ৰা TUV300 বাহন।
বিজেপিক ভোট দিয়া বাবেই স্ৱামীগৃহ এৰি পিতৃগৃহত আশ্ৰয় লৈছে মহিলাগৰাকীয়ে।
ৰাজ্যৰ ৪টা সমষ্টিত নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ৰাতি-দিন একাকাৰ কৰি শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান
কলিয়াবৰৰ আখীৰঙাত পথ দুৰ্ঘটনা।হাটবৰ বামুণী সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইটাভৰ্তি বাহনৰ খুন্দাত নিহত হয় এগৰাকী কণমানি ছাত্ৰী। প্ৰাণ হেৰুৱালে নিকিতা শইকীয়া নামৰ প্ৰথম শ্ৰে...
কৰিমগঞ্জত কোৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা। বাৰইগ্ৰামৰ কোৰিয়া ছাৰ্ভিচৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।
২৪ ঘণ্টাত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত। ৰাজ্যৰ ভিন্ন ঠাইত হ’ব পাৰে ধুমুহা–শিলাবৃষ্টিলৈও সতৰ্কবানী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বোকাখাতৰ কুৰুৱাবাহী নিকৰিত শোকাৱহ ঘটনা। ধনশিৰি নৈত মাছ মাৰিব গৈ উটি গ’ল এজন। মাছ ধৰিবলৈ নৈৰ বুকুত ডুব মাৰিছিল বিজয় মিচং নামৰ লোকজনে।
মৰিয়নিৰ ডকলঙীয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। মৰিয়নিৰ ইটাভাটাৰ পথত উদ্ধাৰ লোকজনৰ মৃতদেহ।
ডিমা হাছাওৰ ডিটেকচৰাত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল নৈশ বাছ। দুৰ্ঘটনাত আহত হয় বাছখনৰ ৩০ জন যাত্ৰী।
জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। চকীঘাটৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১জন।
আজি দেশজুৰি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। দেশৰ ৮৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ১৩ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট ...
মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় দুখনকৈ দোকান।
বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন।
শত্ৰু আৰু জীৱনৰ বাধা আঁতৰাবলৈ আপোনাৰ বাবে অহাকালি আছে সুবৰ্ণ সুযোগ। হনুমানক কিদৰে আৰধনা কৰি গৰাকী হ'ব পাৰিব অজস্ৰ সম্পত্তিৰ?