Home>>দেশ

নিৰ্বাচনী প্ৰচাৰত আনন্দ মিশ্ৰক তুলা-ধূনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহাৰৰ বক্সাৰৰ নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰক নিৰ্বাচনী প্ৰচাৰত কিয় টাৰ্গেট কৰি ল’লে হিমন্ত বিশ্ব শৰ্মাই?

Read Article

EVEREST আৰু MDHৰ মছলাৰ সোৱাদ নাপাব বিশ্বৰ কেইবাখনো দেশে!

ছিংগাপুৰ, হংকঙৰ পিছত এইবাৰ অন্য দেশত নিষিদ্ধ হ’ল ভাৰতীয় মছলা

Read Article

দেশ কঁপাই গ’ল এক ভয়ংকৰ ঘটনাই

মন্দিৰ দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ বাহনত সংঘটিত হ’ল ভয়ংকৰ

Read Article

হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ দাম

৪১বিধকৈ ঔষধৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডায়েবেটিছ, হ্ৰাস পাব হৃদৰোগ, যকৃতজনিত ৰোগৰ লগতে কেইবাটাও ৰোগৰ ঔষধৰ দাম

Read Article

EDএ এতিয়াৰে পৰা গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে অনুমতি ল’ব লাগিব আদালতৰ!

বেআইনী অৰ্থ সংক্ৰান্তীয় গোচৰত অভিযুক্তক গ্ৰেপ্তাৰত বাধা আৰোপ উচ্চতম ন্যায়ালয়ৰ। আদালতৰ অনুমতি অবিহনে এতিয়াৰে পৰা তেনে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব EDএ।

Read Article

‘মুখ্যমন্ত্ৰী পদৰ পৰা বিজেপিয়ে আঁতৰাব যোগী আদিত্য নাথক’

মুখ্যমন্ত্ৰী পদৰ পৰা বিজেপিয়ে আঁতৰাব যোগী আদিত্য নাথক আৰু বিজেপি জয়ী হ'লেই ২ মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এই সিদ্ধান্তত প্ৰায় উপনীত হৈছে বিজেপি বুলি দাবী...

Read Article

বিহাৰত ট্ৰাকেৰে মুখামুখী সংৰ্ঘষ অসম আৰক্ষীৰ বাছৰ

বিহাৰত দুৰ্ঘটনাগ্ৰস্ত অসম আৰক্ষীৰ গাড়ী । ট্ৰাকেৰে মুখামুখী সংৰ্ঘষ আৰক্ষীৰ বাছৰ। বাছখনত অসম আৰক্ষী জোৱান আছিল  ৩৭ জন।

Read Article

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাই ঘৰ,মাটি আনকি ব্যক্তিগত বাহনো !

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আছে ৪ টা সোনৰ আঙুঠি যাৰ মূল্য হৈছে ২,৬৭, ৭৫০ টকা।

Read Article

গেৰুৱা ৰঙৰ টাৰবান পিন্ধি বিহাৰৰ গুৰুদ্বাৰত এক বিশেষ ৰূপত দেখা গ’ল নৰেন্দ্ৰ মোদীক

ঞ্জাৱত নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ গুৰুদ্বাৰত প্ৰধান মন্ত্ৰীক দেখা গ’ল এক বিশেষ ৰূপত। পাটনাৰ চাহিব গুৰুদ্বাৰত নিজেই লংগৰ ৰান্ধিলে নৰেন্দ্ৰ মোদীয়ে ।

Read Article

দুবেলা-দুমুঠিৰ সন্ধানত বহিঃৰাজ্য লৈ যোৱা যুৱকৰ কৰুণ মৃত্যু

পুত্ৰৰ মৃত্যুৰ খবৰ পাই  ‘মোক কোনে চাব ?, মোক কোনে খুৱাব, মই কেনেকৈ জীয়াই থাকিম’ বুলি হিয়া ঢাকুৰি কান্দিছে বৃদ্ধা মাতৃ-পিতৃয়ে...

Read Article

আজি দেশজুৰি অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ

Read Article

'দেশত I.N.D.I মহাজোঁটে গঠন কৰিব চৰকাৰ'

হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰ,‘বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ডতো  শোচনীয় পৰাজয় হ’ব বিজেপিৰ

Read Article

‘জ্ঞানবাপীত ৰাম মন্দিৰৰ দৰে কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে’

‘জ্ঞানবাপীত ৰাম মন্দিৰৰ দৰে কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে’ আৰু ‘কৃষ্ণ জনমভূমিতো নাথাকিব ঈদগাহ’ নিৰ্বাচনী সভাত মন্তব্য কৰিছে হিমন্ত বিশ্ৱ শৰ্মাই।

Read Article

আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল

২ জুনত পুনৰ আত্মসমৰ্পন কৰিব লাগিব অৰবিন্দ কেজৰিৱালে

Read Article

মহাকাশত  চিঙৰা খাই ভালপোৱা সুনিতা উইলিয়ামছ সাজু হৈছে পুনৰ মহাকাশ উৰণৰ বাবে

মহাকাশত  চিঙৰা খাই ভালপোৱা ভাৰতীয় মূলৰ মহাকাশ বিজ্ঞানী সুনীতা উইলিয়ামছ তৃতীয় বাৰলৈ উৰা মাৰিব মহাকাশলৈ ।

Read Article

TWITTER

FACEBOOK