আজি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

DY365
DY365
Published: May 5,2024 10:37 AM
DY365

Story highlights

ৰাজ্যৰ ৪টা সমষ্টিত নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ৰাতি-দিন একাকাৰ কৰি শাসক-বিৰোধীৰ তীব্ৰ  প্ৰচাৰ  অভিযান

৫ মে',২০২৪: আজি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ৰাজ্যৰ ৪টা সমষ্টিত নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ৰাতি-দিন একাকাৰ কৰি শাসক-বিৰোধীৰ তীব্ৰ  প্ৰচাৰ  অভিযান । ধুবুৰীত মিত্ৰজোঁটকে ধৰি AIUDF, কংগ্ৰেছৰো ব্যাপক প্ৰচাৰ।



একেদৰে বৰপেটাত কংগ্ৰেছ, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ। কোকৰাঝাৰতো তুংগত উঠিছে UPPL তথা মিত্ৰজোঁট, বিপিএফ প্ৰাৰ্থীৰ যুঁজ । গুৱাহাটীত বিজেপি, কংগ্ৰেছৰ দুই মহিলা প্ৰতিদ্বন্দ্বীয়ে সমানে চলাইছে প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ। 
 


Related

TWITTER

FACEBOOK