আজি দেশজুৰি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। দেশৰ ৮৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ১৩ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট ...
মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় দুখনকৈ দোকান।
বজালীৰ পূৱ-বৰলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন।
শত্ৰু আৰু জীৱনৰ বাধা আঁতৰাবলৈ আপোনাৰ বাবে অহাকালি আছে সুবৰ্ণ সুযোগ। হনুমানক কিদৰে আৰধনা কৰি গৰাকী হ'ব পাৰিব অজস্ৰ সম্পত্তিৰ?
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে হুৰাহুৰে বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ দাম। অসমত অত্যধিক হাৰত বৃদ্ধি পাচলিৰ মূল্য, মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ।
বদৰপুৰত আগৰতলা-দেওঘৰ এক্সপ্ৰেছত জুই। হাৱাইপুৰ ষ্টেশ্যনৰ কাষতে সংঘটিত হয় এই কাণ্ড।
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষত ৫টা শীৰ্ষ স্থান ঘোষণা ছেবাৰ। ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে যোৰহাটৰ অনুৰাগ দলৈ ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১ বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে ত্ৰিপুৰাত। সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত।
ৰাজ্যত পুনৰ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন।
পুৱা ৭ বজাৰ পৰাই দেশত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৯ বজালৈ সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত ত্ৰিপুৰাত। সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত।
অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ সহাঁৰি। ডিব্ৰুগড়ত ভোটদানৰ হাৰ ৯.৬২ শতাংশ।
নাহৰকটীয়া সমষ্টিৰ ন-চাউদাং গাঁৱত চাৰিটাকৈ বাসগৃহত অগ্নিকাণ্ড। নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ।
আজি দেশত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ ২১ খন ৰাজ্যৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ।
নাজিৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। নাজিৰা নগৰৰ সমিতি বিজেপি ৯ নং ৱাৰ্ডৰ সদস্য গাড়ীত বিলাতী সুৰা।
শিলচৰ ৰামনগৰত অগ্নিকাণ্ড। গেছ পৰিবাহী চলন্ত টেংকাৰত হঠাতে লাগিল জুই। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ হয় জুই । কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল।