নাজিৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

DY365
DY365
Published: April 18,2024 05:55 PM
DY365

Story highlights

নাজিৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। নাজিৰা নগৰৰ সমিতি বিজেপি ৯ নং ৱাৰ্ডৰ সদস্য গাড়ীত বিলাতী সুৰা।

১৮ এপ্ৰিল, ২০২৪ঃ নিৰ্বাচনৰ প্ৰাকক্ষণত নাজিৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। নাজিৰা নগৰৰ সমিতি বিজেপি ৯ নং ৱাৰ্ডৰ সদস্যৰ গাড়ীত বিলাতী সুৰা।



আবকাৰী বিভাগে জব্দ কৰে বিলাতী সুৰা। জনস্বাস্থ্য কাৰিকৰী বিভাগ কায্যালয়ৰ চৌহদত ৰখাই থোৱা অৱস্থাত আৱকাৰী বিভাগে জব্দ কৰে বিলাতী সুৰা।


Related