Home>>ট্ৰেণ্ডিং

১ কোটি টকাৰ লালসা, বীমাৰ ধন পাবলৈ পুত্ৰ মৃত্যুৰ অভিনয় পিতৃৰ

১ কোটি টকাৰ লালসাত মিছাকৈ পুত্ৰৰ অন্তিম সংস্কাৰ কৰিলে পিতৃয়ে। দিল্লীৰ নজাফগড়ত টকাৰ বাবে এজন পিতৃয়ে নিজৰ পুত্ৰক লৈ কৰা এক কাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Read Article

৩৩৪ টা পৰমানু বোমাৰ দৰে শক্তিশালী ম্যানমাৰৰ ভূমিকম্প, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে ১০ হাজাৰ লৈ!

ভূমিকম্পত এতিয়ালৈকে ম্যানমাৰত ১৬০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে USGSঅনুমান অনুসৰি  ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হ’ব পাৰে

Read Article

 পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ বাবে ধ্বংস কৰা হ'ব পৰিৱেশ!

 পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ বাবে ধ্বংস কৰা হ'ব পৰিৱেশ!

Read Article

কঠোৰ আৰক্ষী! মুছলমান প্ৰধান অঞ্চলত বন্ধ কৰিব লাগিব হোলী

কঠোৰ আৰক্ষী! মুছলমান প্ৰধান অঞ্চলত বন্ধ কৰিব লাগিব হোলী

Read Article

৬৬ বছৰীয়া টিম এণ্ড্ৰুজৰ বাবে সেয়া আছিল জীৱন-মৃত্যুৰ কথা, কিয় সংৰোপন কৰা হ'ল গাহৰিৰ বৃক্ক টিমৰ দেহত

মানুহৰ বৃক্কৰ পৰিবৰ্ত্তে মানৱ দেহত সংৰোপন কৰিব পৰা হ'ল গাহৰিৰ বৃক্ক। টিম এণ্ড্ৰুজ নামৰ ৬৬ বছৰীয়া এজন ব্যক্তিৰ দেহত  সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ বৃক্ক।

Read Article

বিতৰ্কৰ অৱসান! টীম ইণ্ডিয়াৰ জাৰ্ছিত থাকিব পাকিস্তানৰ নাম

বিতৰ্কৰ অৱসান! টীম ইণ্ডিয়াৰ জাৰ্ছিত থাকিব পাকিস্তানৰ নাম

Read Article

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে ড’নাল্ড ট্ৰাপৰ কেইবাখনো দেশক লৈ ডাঙৰ ঘোষণা

১ ফেব্ৰুৱাৰীৰ পৰা কানাডা আৰু মেক্সিকোৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ঘোষণা ট্ৰাম্পৰ আৰু আন ১১খন দেশত ১০০ শতাংশ শুল্ক আৰোপৰ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ।

Read Article

পুনৰ বিদ্যুৎ মাছুল বৃদ্ধিৰে লুন্ঠনৰ তৎপৰতা! ১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুৎ বিলত হ'ব পাৰে ব্যাপক সাল সলনী

১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুৎ বিলত হ'ব পাৰে ব্যাপক সাল সলনি।  দিনটোত ৩ টা সময়ৰ ভিত্তিত বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত এনে ধৰনৰ,  দিনৰ ভাগত, সন্ধিয়া আৰু নিশা এই ৩ টা ভাগত পৃথক...

Read Article

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল

Read Article

TWITTER

FACEBOOK