আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

DY365
DY365
Published: December 4,2023 08:28 AM
DY365

Story highlights

আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৪০খন আসনৰ আসনৰ ভোটগণনা আৰম্ভ ৮ বজাত। প’ষ্টেল বেলটেৰে আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।

৪ ডিচেম্বৰ,২০২৩ঃ আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ঘোষণা হ’ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল।  ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ৪০খন আসনৰ ভোটগণনা আৰম্ভ হ’ল ৮ বজাত। প’ষ্টেল বেলটেৰে আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া। 



MNF আৰু ZPMৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা। এগজিট প’লৰ মতে এইবাৰ মিজোৰামত ওলোমা চৰকাৰ। কংগ্ৰেছেও নিৰ্ণায়ক ভূমিকা ল’ব পাৰে ৰাজ্যখনত। ইতিমধ্যে ৩ ৰাজ্য ক্ৰমে- ৰাজস্থান, মধ্যপ্ৰদেশ আৰু চত্তিশগড়ৰ নিৰ্বাচন জয় লাভ কৰিছে বিজেপিয়ে। আনহাতে তেলেংগানাত জয়ী হৈছে কংগ্ৰেছ। 


Related