গহপুৰত গঁড়ৰ মুক্ত বিচৰণ। গঁড়ৰ আক্ৰমণত আহত এজন লোক।

DY365
DY365
Published: February 6,2024 01:27 PM
DY365

Story highlights

গহপুৰত গঁড়ৰ মুক্ত বিচৰণ। গহপুৰৰ বৰঙাবাৰী মৰনাবাৰীত আতংকৰ সৃষ্টি কৰিছে গঁড়টোৱে।

৬ ফেব্ৰুৱাৰী, ২০২৪: গহপুৰত গঁড়ৰ মুক্ত বিচৰণ। গহপুৰৰ বৰঙাবাৰী মৰনাবাৰীত আতংকৰ সৃষ্টি কৰিছে গঁড়টোৱে।



এটা পুখুৰীৰ মাজত বোকাত হৈ আছে গঁড়টো। গঁড়টোৰ আক্ৰমণত আহত এজন লোক। গৰু এৰাল দিবলৈ যোৱা পদুম বৰা নামৰ এজন লোকক আক্ৰমণ কৰি আহত কৰে গঁড়টোৱে। আহত লোকজনক ভৰ্তি কৰা হয় গহপুৰ অসামৰিক চিকিৎসালয়ত।



ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু বন বিভাগৰ লোক। কাজিৰঙাৰ ষষ্ঠ সংস্কৰণৰ পৰা গঁড়টো ওলাই যোৱাৰ সন্দেহ আৰক্ষী আৰু স্থানীয় লোকৰ। 
 




Related

TWITTER

FACEBOOK