সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই চৰকাৰী চিকিত্সালয়ত বৃদ্ধি পালে মাচুল। বৃহস্পতিবাৰৰ পৰা পঞ্জীয়ন মাচুলকে ধৰি প্ৰতিবিধ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হ’ল আৰু ইয়াক লৈ সৃষ্টি প্ৰতিক্ৰিয়াৰ।
এগৰাকী আলজেৰিয়ান বক্সাৰক লৈ পেৰিছ অলিম্পিকত মহাবিতৰ্ক। ৪৬ ছেকেণ্ডতে বক্সিং ৰিঙৰ পৰা নামি আহিল ইটালীৰ প্ৰতিদ্বন্দ্বী। মহিলাৰূপে বক্সিং ৰিঙত নমা ইমানে খেলিফৰ লিংকক লৈ সন্দেহ।
বিজেপি এৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল। বিজেপিৰ পৰা কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি।
সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ বাবে হাতত লোৱা হৈছে বিশেষ পদক্ষেপ। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী।
বিজয়েৰে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ। নৰৱে’ৰ প্ৰতিদ্বন্দ্বী ছুন্নীভা হফষ্টাডক ধৰাশায়ী কৰি কোৱাৰ্টাৰত অসম কন্যা।
ভয়ংকৰ বিপদৰ সন্মুখীন মাজুলীবাসী। মাজুলীত বৰ্তমান অচল ফেৰী সেৱা। চিৰকাললৈ পাহৰিব লাগিব নেকি ফেৰী সেৱা?
জাতি গণনাক লৈ উত্তাল লোকসভাৰ সদন। বিৰোধীৰ তীব্ৰ প্ৰতিবাদ জাতিগণনাৰ দাবীত। ৰাহুল গান্ধী আৰু অনুৰাগ ঠাকুৰৰ মাজত তীব্ৰ বাক বিতণ্ডা।
কেৰালা ট্ৰেজেডিত এই পৰ্যন্ত ১৫৬ টা মৃতদেহ উদ্ধাৰ। বৰ্তমানেও নিখোজ ১০০ৰো অধিক লোক। নিশাৰ ভিতৰতেই ২২ হাজাৰ লোকৰ মাজত হাহাকাৰ। ৪ ঘণ্টাৰ ভিতৰতেই পোত গ'ল ৪ খনকৈ গাঁও।
পেৰিছ অলিম্পিকত আজি অভিযানত অসম কন্যা লাভলীনা। বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনাৰ প্ৰতিদ্বন্দ্বী নৰৱেৰ ছুন্নীভা হফষ্টাড। বিয়লি ৩:৫০ বজাত ৰিঙত নামিছে অসমৰ লাভলীনা বৰগোহাঁই।
চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চাকৰি প্ৰত্যাশীক দিলে মুকলি বাৰ্তা। সকলোকে ১৫ আগষ্টৰ ভিতৰত এই কাম কৰাৰ নিৰ্দেশ।
কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন বা গতানুগতিক এক ধাৰাৰ মাজত সীমাবদ্ধ ৰখাৰ বিপৰীতে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিছে অভিজিত গগৈয়ে৷
মৰাণৰ বুঢ়ীখোৱাঙত বনৰীয়া ম’হৰ আক্ৰমণত এজন নিহত। নিহত লোকজনৰ নাম দেৱেশ্বৰ চেলেং।
আজি অলিম্পিকত ভাৰতৰ ৩ পদক জয়ৰ সম্ভাৱনা। ভাৰতীয়ক আজি স্বপ্ন দেখুৱাইছে আৰ্চাৰী আৰু শ্বুটিঙে।
পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ
বান কমিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতিছে এশিঙীয়া গঁড়। ৰাষ্ট্ৰীয় পথ পাৰ হৈ পুনৰ আপোন ঘৰলৈ বনৰীয়া হাতীৰ জাক।