নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বৰষুণৰ অজুহাত লৈ ভোটকেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ ।
ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল এটা অঞ্চল। পেট্ৰল পাম্পৰ কাষতে থকা বাঁহ গছত হঠাৎ দপ দপকৈ জ্বলি উঠে ।
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ৰেড, অৰেঞ্জ, য়েল্ল’ এলাৰ্টৰ অৰ্থ কি? আৰু কোনটো ৰঙৰ এলাৰ্টে কি বুজায়।
সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি পেলোৱাৰ অভিযোগ। ছাত্ৰ-ছাত্ৰী ফলাফল বেয়া হোৱাৰ বাবে শিক্ষকক গামোচা পিন্ধাই আৰু ৰসগোল্লা খোৱাব অভিভাৱকে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে হুৰাহুৰে বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ দাম। অসমত অত্যধিক হাৰত বৃদ্ধি পাচলিৰ মূল্য, মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ।
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষত ৫টা শীৰ্ষ স্থান ঘোষণা ছেবাৰ। ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে যোৰহাটৰ অনুৰাগ দলৈ ।
আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । ১০টা ৱেবছাইটতৰ জৰিয়তে লাভ কৰিব ফলাফল উপলব্ধ হ’ব ফলাফল ।ফলাফল লাভ কৰিবলৈ এইকেইটা ৱেবছাইটত লগ ইন কৰক https://sebaonline.org, exametc....
সমাগত লোকসভা নিৰ্বাচনক লৈ আজি দাখিল কৰিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ
অসমত তিনিটা পৰ্যায়ত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত হ'ব লোকসভা নিৰ্বাচন।
আৰক্ষীৰ জালত পাঁচ জনকৈ কুখ্যাত চোৰ। লামডিং ৰে'লৱে জংচনত আটক কুখ্যাত চোৰৰ গেং।
চাপৰত উদণ্ড বাইকাৰৰ সন্ত্ৰাস। বাইকাৰৰ খুন্দাত আহত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। ধুবুৰী জিলাৰ চাপৰ বজাৰৰ মাজমজিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো।
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আলকতৰা ভৰ্তি টেংকাৰ বাগৰিল পথৰ ওপৰত।
গহপুৰত গঁড়ৰ মুক্ত বিচৰণ। গহপুৰৰ বৰঙাবাৰী মৰনাবাৰীত আতংকৰ সৃষ্টি কৰিছে গঁড়টোৱে।