Home>>News

দৰমহা নাপালে বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰে শিক্ষকে ! ৪৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মেট্ৰিক পৰীক্ষাত পাছ কৰিলে মাথোঁ ৩জনে ।

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি পেলোৱাৰ অভিযোগ। ছাত্ৰ-ছাত্ৰী ফলাফল বেয়া হোৱাৰ বাবে শিক্ষকক গামোচা পিন্ধাই আৰু ৰসগোল্লা খোৱাব অভিভাৱকে।

Read Article

চৰকাৰ নিৰ্বাচনৰ সময়তে পুনৰ মূল্যবৃদ্ধি, ১ কেজি নহৰুৰ দাম ২৫০ টকা বৃদ্ধি আৰু আদাৰ দাম প্ৰতিকিলো ৪০০ টকা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে হুৰাহুৰে বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ দাম। অসমত অত্যধিক হাৰত বৃদ্ধি পাচলিৰ মূল্য, মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ।

Read Article

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষত ৫টা শীৰ্ষ স্থান ঘোষণা ছেবাৰ। ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে  যোৰহাটৰ অনুৰাগ দলৈ ।

Read Article

আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । ১০টা ৱেবছাইটতৰ জৰিয়তে লাভ কৰিব ফলাফল উপলব্ধ হ’ব ফলাফল ।ফলাফল লাভ কৰিবলৈ এইকেইটা ৱেবছাইটত লগ ইন কৰক  https://sebaonline.org, exametc....

Read Article

আজিৰে পৰা ৰাজ্যত আৰম্ভ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া

সমাগত লোকসভা নিৰ্বাচনক লৈ আজি দাখিল কৰিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ

Read Article

১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ৭ পৰ্যায়ত লোকসভা নিৰ্বাচন


অসমত তিনিটা পৰ্যায়ত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত হ'ব লোকসভা নিৰ্বাচন।

Read Article

আৰক্ষীৰ জালত পাঁচ জনকৈ কুখ্যাত চোৰ

আৰক্ষীৰ জালত পাঁচ জনকৈ কুখ্যাত চোৰ। লামডিং ৰে'লৱে জংচনত আটক কুখ্যাত চোৰৰ গেং।

Read Article

চাপৰত উদণ্ড বাইকাৰৰ সন্ত্ৰাস। বাইকাৰৰ খুন্দাত আহত আৰক্ষী বিষয়া

চাপৰত উদণ্ড বাইকাৰৰ সন্ত্ৰাস। বাইকাৰৰ খুন্দাত আহত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। ধুবুৰী জিলাৰ চাপৰ বজাৰৰ মাজমজিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো।

Read Article

শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা

শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আলকতৰা ভৰ্তি টেংকাৰ বাগৰিল পথৰ ওপৰত।

Read Article

গহপুৰত গঁড়ৰ মুক্ত বিচৰণ। গঁড়ৰ আক্ৰমণত আহত এজন লোক।

গহপুৰত গঁড়ৰ মুক্ত বিচৰণ। গহপুৰৰ বৰঙাবাৰী মৰনাবাৰীত আতংকৰ সৃষ্টি কৰিছে গঁড়টোৱে।

Read Article