হোজাইৰ ডবকাত আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৫ টাকৈ ড্ৰাগছ কণ্টেইনাৰ

DY365
DY365
Published: March 26,2024 12:32 PM
DY365

Story highlights

হোজাইৰ ডবকাত ৩ ড্ৰাগছ সৰবৰাহকাৰী জালত। ডবকাৰ মদাৰতলিত আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ। ১৫টা কণ্টেইনাৰত ভৰাই বিক্ৰী কৰিবলৈ আনিছিল ড্ৰাগছখিনি।

২৬ মাৰ্চ, ২০২৪ঃ ডবকাত অসম আৰক্ষীৰ সফল অভিযান। আৰক্ষীৰ অভিযানত জব্দ ১৫ টাকৈ ড্ৰাগছ কণ্টেইনাৰ।



হোজাইৰ ডবকাত আৰক্ষীৰ জালত পৰে ৩ ড্ৰাগছ সৰবৰাহকাৰী। ডবকাৰ মদাৰতলিত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ।



১৫টা কণ্টেইনাৰত ভৰাই বিক্ৰী কৰিবলৈ আনিছিল ড্ৰাগছখিনি। বিকাশ বড়ো, ছফিকুৰ ৰহমান আৰু নেৱাজ আহমেদক আটক কৰে আৰক্ষীয়ে।
 


Related