২৬ মাৰ্চ, ২০২৪ঃ ডবকাত অসম আৰক্ষীৰ সফল অভিযান। আৰক্ষীৰ অভিযানত জব্দ ১৫ টাকৈ ড্ৰাগছ কণ্টেইনাৰ।
হোজাইৰ ডবকাত আৰক্ষীৰ জালত পৰে ৩ ড্ৰাগছ সৰবৰাহকাৰী। ডবকাৰ মদাৰতলিত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ।
১৫টা কণ্টেইনাৰত ভৰাই বিক্ৰী কৰিবলৈ আনিছিল ড্ৰাগছখিনি। বিকাশ বড়ো, ছফিকুৰ ৰহমান আৰু নেৱাজ আহমেদক আটক কৰে আৰক্ষীয়ে।