ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ৪.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

DY365
DY365
Published: March 12,2024 02:59 PM
DY365

Story highlights

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। ৪.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য।

১২ মাৰ্চ, ২০২৪ঃ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। ২.২৮ বজাত অনুভূত কম্পন।



৪.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়।



'>http://



সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কঁপাই গ’ল ভূমিকম্পই। উজনি-নামনিকে ধৰি অৰুণাচল প্ৰদেশতো জোকাৰি গ’ল ভূমিকম্পই।



গুৱাহাটী মহানগৰীতো ভূমিকম্পৰ অনুভূত হয়। বাংলাদেশতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। 


Related

TWITTER

FACEBOOK