জাতি গণনাক লৈ উত্তাল লোকসভাৰ সদন

DY365
DY365
Published: July 31,2024 04:24 PM
DY365

Story highlights

জাতি গণনাক লৈ উত্তাল লোকসভাৰ সদন। বিৰোধীৰ তীব্ৰ প্ৰতিবাদ জাতিগণনাৰ দাবীত। ৰাহুল গান্ধী আৰু অনুৰাগ ঠাকুৰৰ মাজত তীব্ৰ বাক বিতণ্ডা।

৩১জুলাই,২০২৪:জাতি গণনাক লৈ উত্তাল লোকসভাৰ সদন। বিৰোধীৰ তীব্ৰ প্ৰতিবাদ জাতিগণনাৰ দাবীত। ৰাহুল গান্ধী আৰু অনুৰাগ ঠাকুৰৰ মাজত তীব্ৰ বাক বিতণ্ডা। 'মোক যিমান গালি পাৰিলেও জাতি গণনাৰ দাবী তুলিমেই'। আদিবাসী, OBC, দলিতক অপমান  কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। জাতিগণনাৰ দাবী উত্থাপন কৰাত এগৰাকী বিজেপি সংসদে উপহাস কৰাৰ অভিযোগ। সদনৰ উত্তপ্ত পৰিস্থিতিক লৈ গৌৰৱ গগৈৰো প্ৰতিক্ৰিয়া। 'চৰকাৰে এই দাবী নামানি আদিবাসী, OBC, দলিতসকলক অপমান কৰিছে'। 'আমি তেঁওলোকৰ ন্যায়ৰ বাবে মাত মাতি যাম'। 'দেশৰ আদিবাসী, দলিতসকলে জাতিগত গণনা বিচাৰিছে'। 'আদিবাসী, দলিতসকলৰ আবেগত আঘাত হানিছে চৰকাৰে'। 
 


Related

TWITTER

FACEBOOK