কেৰালা ট্ৰেজেডিত এই পৰ্যন্ত ১৫৬ টা মৃতদেহ উদ্ধাৰ

DY365
DY365
Published: July 31,2024 04:21 PM
DY365

Story highlights

কেৰালা ট্ৰেজেডিত এই পৰ্যন্ত ১৫৬ টা মৃতদেহ উদ্ধাৰ। বৰ্তমানেও নিখোজ ১০০ৰো অধিক লোক। নিশাৰ ভিতৰতেই ২২ হাজাৰ লোকৰ মাজত হাহাকাৰ। ৪ ঘণ্টাৰ ভিতৰতেই পোত গ'ল ৪ খনকৈ গাঁও।

৩১জুলাই,২০২৪:কেৰালা ট্ৰেজেডিত এই পৰ্যন্ত ১৫৬ টা মৃতদেহ উদ্ধাৰ। বৰ্তমানেও নিখোজ ১০০ৰো অধিক লোক। নিশাৰ ভিতৰতেই ২২ হাজাৰ লোকৰ মাজত হাহাকাৰ। ৪ ঘণ্টাৰ ভিতৰতেই পোত গ'ল ৪ খনকৈ গাঁও।



ভাৰতীয় সেনাই দিনে নিশাই চলাই আছে উদ্ধাৰ অভিযান। বায়ু সেনা, স্থলসেনা, NDRF,SDRFৰ নিৰন্তৰ অভিযান অব্যাহত। ধাৰাষাৰ বৰষুণৰ ফলত অচল হৈ পৰিল কেৰালা। ১১ খন জিলাৰ বিদ্যালয় অনিৰৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা। বতৰ বিজ্ঞান কেন্দ্ৰয়ো জাৰি কৰিছে ৰেড এলাৰ্ট। প্ৰতিকুল বতৰৰ বাবে উদ্ধাৰ অভিযানতো দেখা দিছে সমস্যাই। ৱায়নাড জিলাৰ এই ধ্বংসলীলাৰ বাবে হাহাকাৰ পৰিস্থিতি। বিভীষিকাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্ৰকাশ। নিহত পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা। আহতসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০ হাজাৰ টকা ঘোষণা। 
 


Related

TWITTER

FACEBOOK