পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ

DY365
DY365
Published: July 28,2024 04:25 PM
DY365

Story highlights

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ

২৮জুলাই,২০২৪: দেশবাসীলৈ পেৰিছ অলিম্পিকৰ পৰা আহিল ভাল খবৰ। পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ। ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ। মনু ভাকৰে আঁজুৰিলে প্ৰথমটো পদক। আনহাতে ৩১ জুলাইত প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব অসম কন্যা লাভলীনা। লাভলীনাক লৈ আশাবাদী সমগ্ৰ ভাৰতবাসী। 
 


Related

TWITTER

FACEBOOK