১৪ ছেপ্তেম্বৰ, ২০২৩ঃ বিহাৰৰ মুজ্জাফৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা। বাগমতী নদীৰ মাজত লুটি খালে যাত্ৰীবাহী নাও। বাগমতী নদীৰ মধুপুৰ পট্টি ঘাটৰ ওচৰত বিদ্যালয়লৈ যাওঁতে শিশুসহ ৩০ জনতকৈ লোক গৈছিল নাওখনে। বাগমতি নদীত বুৰ গ’ল যাত্ৰীবাহী নাওখন। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলবোৰে বৰ্তমানলৈকে কোনো মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।