ধৰ্মসংকটত ভাৰত! ৰাছিয়াই আগবঢ়াইছে ডাঙৰ প্ৰস্তাৱ
চাকৰি পায়েই নিবনুৱা স্বামীক এৰিলে পত্নীয়ে!
ভয়ংকৰ হত্যাকাণ্ড! উদ্ধাৰ কৰা হৈছে ৩টাকৈ মৃতদেহ
কেইবাদিনলৈ গুৱাহাটীত বন্ধ পানী যোগান!
বুমৰাহ বাহিৰ, টীম ইণ্ডিয়াত মোক্ষম আঘাত
বান্দৰৰ বাবেই অন্ধকাৰত ডুব গ'ল সমগ্ৰ শ্ৰীলংকা!
WHOৰ পৰামৰ্শ! ব্যৱহাৰ কৰক কম ছডিয়ামযুক্ত নিমখ
নেপালত গ্ৰেপ্তাৰ ২৩ জনকৈ ভাৰতীয় নাগৰিক!
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱতিলে ৫১ জনকৈ লোকে!
ৰঙাপৰাত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত নিহত হৈছে এজন লোক লগতে দুজনকৈ লোক আহত হৈছে ৷ চেঁচা চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ প্ৰীতম বৰুৱাই প্ৰাণ হেৰুৱাই দুৰ্ঘটনাটোত।
দৰাৰ CIBIL স্ক’ৰ কম হোৱাৰ বাবেই ভাঙি গ’ল এখন বিবাহ!
বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ!
পুনৰ একত্ৰিত হ'ব অসমৰ বিৰোধী!
মানুহৰ বৃক্কৰ পৰিবৰ্ত্তে মানৱ দেহত সংৰোপন কৰিব পৰা হ'ল গাহৰিৰ বৃক্ক। টিম এণ্ড্ৰুজ নামৰ ৬৬ বছৰীয়া এজন ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ বৃক্ক।
বিজেপিৰ দখলত দিল্লী, কি কি সুবিধা পাব দিল্লীৰ জনতাই?