গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

DY365
DY365
Published: March 26,2024 01:28 PM
DY365

Story highlights

গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত বাছখনৰ বহু কেইজন যাত্ৰী আহত হয়।

২৬ মাৰ্চ, ২০২৪ঃ গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত বাছখনৰ বহু কেইজন যাত্ৰী আহত হয়।



আহত সকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহতসকলৰ কেইবাজনো যাত্ৰী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন আনহাতে ডাম্পাৰখন আছিল গোৱালপাৰা অভিমুখী।


Related