দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

DY365
DY365
Published: March 24,2024 11:15 PM
DY365

Story highlights

দেৰগাঁৱৰ ৩নং গেটৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত হয় ১জন।

২৪ মাৰ্চ, ২০২৪ঃ দেৰগাঁৱৰ ৩নং গেটৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।





তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় এজন। নিহত লোকজন স্থানীয় অৰ্জুন থাপা বুলি জানিব পৰা গৈছে।





ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে। ঘটনাস্থলীত উপস্থিত দেৰগাঁও আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। 






 


Related