২৯ ছেপ্তেম্বৰ, ২০২৩ঃ এইখন অসমতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ ভাইৰেল হৈছে অশ্লীল ফটো। চাইবাৰ অপৰাধীৰ কবলত মহানগৰীৰ বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী। বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীসকলক এতিয়া টৰ্গেট কৰিছে অপৰাধী চক্ৰটোৱে। প্ৰায় ৬৩ গৰাকী ছাত্ৰীৰ ফটো সামাজিক মাধ্যমত ভাইৰেল দুষ্ট চক্ৰৰ।