গহপুৰত ড্ৰাগছ বিৰোধী অভিযান, আটক ৩ ড্ৰাগছ আসক্ত যুৱক

DY365
DY365
Published: March 24,2024 07:43 PM
DY365

Story highlights

গহপুৰত ড্ৰাগছ বিৰোধী অভিযান। আটক ৩ ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

২৪ মাৰ্চ, ২০২৪ঃ গহপুৰত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। গহপুৰত তিনি ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।



গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত আৰক্ষীৰ অভিযান। অভিযানত তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোক কাৰ্কি টেচি, পুনা টক আৰু জনি টান্টি।



যুৱকেইজনৰ পৰা নিষিদ্ধ ড্ৰাগছৰ কেইবাটাও কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকৰ ২জনৰ ঘৰ অৰুণাচলত বুলি জানিব পৰা গৈছে। 


Related