ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

DY365
DY365
Published: March 26,2024 11:58 AM
DY365

Story highlights

ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বজ্ৰ পৰি শোণিতপুৰৰ ঢেকীয়াজুলিত ভয়ংকৰ অগ্নিকাণ্ড। ৰাক্ষসমাৰীত জ্বলিল ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

২৬ মাৰ্চ, ২০২৪ঃ ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বজ্ৰ পৰি শোণিতপুৰৰ ঢেকীয়াজুলিত ভয়ংকৰ অগ্নিকাণ্ড।



ৰাক্ষসমাৰীত জ্বলিল ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। বজ্ৰ পৰাৰ ফলতে সূত্ৰপাত ঘটে জুইৰ।



দুখনকৈ হোটেল, এখন গেলামালৰ দোকান, জোতাৰ দোকান ভস্মীভূত হয় অগ্নিকাণ্ডত। প্ৰথমে বজ্ৰ পৰি জুই লাগে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত।



নিমিষতে ইখনৰ পিছত সিখনকৈ দোকানলৈ বিয়পে জুই। অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণলৈ আনে জুই। ধাৰাসাৰ বৰষুণৰ বাবে মুহূৰ্ততে নুমাই জুই। 




 


Related