সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ

DY365
DY365
Published: March 27,2024 01:00 PM
DY365

Story highlights

সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ। বনকৰ্মীৰ গুলীত আহত সুৰেশ মুণ্ডা নামৰ লোকজন। অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই গুলীচালনা।

২৭ মাৰ্চ, ২০২৪ঃ সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ। বনকৰ্মীৰ গুলীত আহত সুৰেশ মুণ্ডা নামৰ লোকজন। অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই গুলীচালনা।



অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনত গছ কাটি থকাৰ সময়তে বন মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা বনকৰ্মীৰ। উল্লেখ্য যে পূৰ্বৰে পৰা বনাঞ্চলখনত সন্ত্ৰাস চলাই আছিল বন মাফিয়াই।



অভয়পুৰ সংৰক্ষিত বনাঞ্চলত মূল্যৱান গছ কাটি তহিলং কৰিছিল বন মাফিয়াৰ দলটোৱে। গোপন খবৰৰ ভিত্তিত বন বিভাগে এই অভিযান চলাইছিল। সংকটজনক অৱস্থাত AMCHত ভৰ্তি কৰোৱা হয় গুলীবিদ্ধ সুৰেশ মুণ্ডাক। 


Related