ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত জন্ম লাভ কৰা নৱজাতকৰ নাম ৰাম ৰহিম ৰাখিলে মুছলমান মহিলাই

DY365
DY365
Published: January 23,2024 09:54 AM
DY365

Story highlights

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৱিত্ৰ দিনটোতে উত্তৰ প্ৰদেশত ফাৰজানা নামৰ এগৰাকী মুছলমান মহিলাই জন্ম দিয়া সন্তানৰ নাম ৰখা হ’ল ‘ৰাম ৰহিম’।

২৩জানুৱাৰী,২০২৩ঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৱিত্ৰ দিনটোতে উত্তৰ প্ৰদেশত ফাৰজানা নামৰ এগৰাকী মুছলমান মহিলাই জন্ম দিয়া সন্তানৰ নাম ৰখা হ’ল ‘ৰাম ৰহিম’। হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিৰ্দশনৰ উদাহৰণ দেখুৱাই এই পৱিত্ৰ দিনটোত জন্ম লাভ কৰা নৱজাতকটিৰ নাম ‘ৰাম ৰহিম’ ৰাখে আইতাক হুছনা বানুৱে।



নৱজাতকটিৱেও আগলৈ হিন্দু-মুছলমান ঐক্য আৰু প্ৰেমৰ বাণী বিয়পাব বুলি মন্তব্য মাতৃ ফাৰজানাৰ। চিকিৎসক নবীন জৈনে জানিবলৈ দিয়া মতে – ‘বৰ্তমান শিশু আৰু মাতৃ দুয়োগৰাকীয়েই সুস্থ অৱস্থাত আছে’


Related

TWITTER

FACEBOOK