আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

DY365
DY365
Published: April 20,2024 09:26 AM

Story highlights

আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । ১০টা ৱেবছাইটতৰ জৰিয়তে লাভ কৰিব ফলাফল উপলব্ধ হ’ব ফলাফল ।ফলাফল লাভ কৰিবলৈ এইকেইটা ৱেবছাইটত লগ ইন কৰক  https://sebaonline.org, exametc.com,....


২০ এপ্ৰিল,২০২৪ :আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । SEBAই নিশ্চিত কৰিছে এই কথা ।



পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল । ১০টা ৱেবছাইটতৰ জৰিয়তে লাভ কৰিব ফলাফল উপলব্ধ হ’ব ফলাফল ।



ফলাফল লাভ কৰিবলৈ এইকেইটা ৱেবছাইটত লগ ইন কৰক  https://sebaonline.org, exametc.com, resultsassam.nic.in, www.schools9.com, www.indiaresults.com, assamresult.in, www.results.shiksha, www.jagranjosh.com, www.assam.shiksha, www.vidyavision.com । SEBA Results নামৰ ম’বাইল এপতো উপলব্ধ হ’ব ফলাফল । Google Play Storeৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ ।  


Related

TWITTER

FACEBOOK