জাগুনৰ লাকলা কংকাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

DY365
DY365
Published: April 17,2024 02:43 PM
DY365

Story highlights

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে জাগুনত অঘটন। জাগুনৰ লাকলা কংকাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

১৭ এপ্ৰিল, ২০২৪ঃ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে জাগুনত অঘটন। জাগুনৰ লাকলা কংকাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।



মনোজ চুঙ্কুৰাং নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত প্ৰায় তিনি লাখ টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত হয়।



ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
 


Related