গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

DY365
DY365
Published: December 25,2023 08:55 PM
DY365

Story highlights

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জা সহ আটক বিকাশ কুমাৰ নামৰ সৰবৰাহকাৰীক।

২৫ ডিচেম্বৰ, ২০২৩ঃ গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জাসহ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী। গাঞ্জা সহ আটক বিকাশ কুমাৰ নামৰ সৰবৰাহকাৰীক।



৫টাকৈ গাঞ্জাৰ পেকেটসহ আটক বিকাশ কুমাৰ নামৰ সৰবৰাহকাৰীটো। আগৰতলাৰ পৰা পাটনালৈ নিয়াৰ চেষ্টা চলাইছিল গাঞ্জাখিনি। আগৰতলা ৰাণী কমলাপট্টি নামৰ ট্ৰেইনখনত জব্দ হয় গাঞ্জাখিনি।


Related

TWITTER

FACEBOOK