হোজাই বিষ্ণুপল্লীত বিধ্বংসী অগ্নিকাণ্ড

DY365
DY365
Published: April 14,2024 07:19 PM
DY365

Story highlights

হোজাই বিষ্ণুপল্লীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৬ টাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

১৪ এপ্ৰিল, ২০২৪ঃ হোজাই বিষ্ণুপল্লীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৬ টাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।



অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণৰ লগতে এখন ই-ৰিস্কা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।



ঘটনাস্থলীত হোজাই অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।


Related