মঙলদৈত পথ দুৰ্ঘটনা, নিহত ১

DY365
DY365
Published: April 14,2024 10:22 PM
DY365

Story highlights

পহিলা ব’হাগতে পথ দুৰ্ঘটনাত মৃত্যু এজন যুৱকৰ। ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এজন যুৱকৰ।

১৪ এপ্ৰিল, ২০২৪ঃ পহিলা ব’হাগতে পথ দুৰ্ঘটনাত মৃত্যু এজন যুৱকৰ। ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এজন যুৱকৰ।



মঙলদৈৰ নিকতৱৰ্তী আউলাচৌকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হয় যুৱকজনৰ।



মৃত যুৱকজন মঙলদৈ ঔতলা ৰাজঘাট অঞ্চলৰ ছুজিত ডেকা৷ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰিছেআৰক্ষীয়ে। 


Related