বন্ধ হ'ব পাৰে আপোনাৰ Whatsapp একাউণ্ট।

DY365
DY365
Published: October 17,2024 12:41 PM
DY365

Story highlights

বন্ধ হ'ব পাৰে আপোনাৰ Whatsapp একাউণ্ট।

১৭ অক্টোবৰ,২০২৪-   বন্ধ হ'ব পাৰে আপোনাৰ Whatsapp একাউণ্ট। 
আপোনাৰো হোৱাটছএপ একাউণ্ট নিষিদ্ধ হৈছে নেকি?  হোৱাটছএপৰ গোপনীয়তা আৰু নীতি উলংঘা কৰাৰ অভিযোগৰ বাবে আগষ্ট মাহত হোৱাটছএপে ৮৪.৫৮ লাখৰো অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছে। হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰাৰ কাৰণ সন্দৰ্ভত হোৱাটছএপে কয় যে স্পাম মেছেজ, প্ৰৱঞ্চনা, ভুল তথ্য আদি বিয়পোৱাৰ লগতে গালি-গালাজ, হাৰাশাস্তি বা অনুচিত আচৰণৰ সন্মুখীন হোৱা ব্যৱহাৰকাৰীৰ অভিযোগৰ ভিত্তিত  হোৱাটছএপে ব্যৱস্থা গ্ৰহণ কৰি এই হোৱাটছএপ একাউণ্ট সমুহ নিষিদ্ধ কৰিছে।
উল্লেখ্য যে  ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে হোৱাটছএপে ১০,৭০৭টা হোৱাটছএপ ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰিছিল আৰু এই অভিযোগৰ বাবেই আগষ্ট মাহত ৮৪.৫৮ লাখৰো অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰা হৈছে। আনহাতে ১৬.৬১ লাখ একাউণ্ট হোৱাটছএপে স্বয়ংক্ৰিয়ভাৱে অভিযোগ নোহোৱাকৈ নিষিদ্ধ কৰিছে ।


Related

TWITTER

FACEBOOK