শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও আইনৰ ৰোষত পৰিব অবৈধ স্বামী !

DY365
DY365
Published: August 8,2024 02:00 PM
DY365

Story highlights

নাবালিকাক বিবাহ কৰোৱাসকল সাৱধান। বাল্য বিবাহ কৰোৱা কাকোৱেই ৰেহাই নিদিয়ে আইনে।

৮ আগষ্ট,২০২৪:নাবালিকাক বিবাহ কৰোৱাসকল সাৱধান। বাল্য বিবাহ কৰোৱা কাকোৱেই ৰেহাই নিদিয়ে আইনে। বাল্য বিবাহৰ কৰালেতো আইনৰ ৰোষত পৰাৰ লগতে বাল্য বিবাহ কৰাই পত্নীৰ লগত নোৱাৰিব শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও আইনৰ ৰোষত পৰিব অবৈধ স্বামী। ন্যায় সংহিতা আইনৰ অধীনত হ'ব অপৰাধী হ'ব বাল্য বিবাহ কৰালো। বাল্য বিবাহ কৰাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে স্ৱামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপনো কৰিব পাৰিব বাল্য বিবাহত আৱদ্ধ পত্নীয়ে।দেশত প্ৰণয়ন হোৱা নতুন আইন পুনৰ সোঁৱৰাই দি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।





নৱেম্বৰ-ডিচেম্বৰত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিব আৰক্ষী-প্ৰশাসনে।  বাল্য বিবাহ ৰোধ কৰিবলৈ আজি অসম চৰকাৰে শুভাৰম্ভ কৰে  নিযুত মইনা আঁচনিৰো। ১০ লাখ মইনাক সামৰি লব এই  আঁচনিখনে। চাৰি বছৰত ১০ লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব   এই আঁচনিয়ে। 




 


Related

TWITTER

FACEBOOK