দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে ড’নাল্ড ট্ৰাপৰ কেইবাখনো দেশক লৈ ডাঙৰ ঘোষণা

DY365
DY365
Published: January 21,2025 01:04 PM
DY365

Story highlights

১ ফেব্ৰুৱাৰীৰ পৰা কানাডা আৰু মেক্সিকোৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ঘোষণা ট্ৰাম্পৰ আৰু আন ১১খন দেশত ১০০ শতাংশ শুল্ক আৰোপৰ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ।

২১ জানুৱাৰী,২০২৪: দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে ড’নাল্ড ট্ৰাপৰ কেইবাখনো দেশক লৈ ডাঙৰ ঘোষণা। ৰাষ্ট্ৰপতি হৈয়ে ব্ৰিকছ ৰাষ্ট্ক লৈ লৈছে ডাঙৰ সিদ্ধান্ত।  স্পেইন, কানাডা, মেক্সিকো ধৰি ব্ৰিকছৰ দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰিব আমেৰিকাই। 



১ ফেব্ৰুৱাৰীৰ পৰা কানাডা আৰু মেক্সিকোৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ঘোষণা ট্ৰাম্পৰ আৰু আন ১১খন দেশত ১০০ শতাংশ শুল্ক আৰোপৰ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ। স্পেইনকে ধৰি ইয়াৰ ভিতৰত থাকিব ব্ৰিকছ দেশ ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰান আৰু সংযুক্ত আৰব। শপতগ্ৰহণৰ সময়ত ব্ৰিকছ দেশসমূহক উদ্দেশ্যি ট্ৰাম্পৰ হুংকাৰ ‘আমেৰিকা বিৰোধী নীতি গ্ৰহণ কৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব ব্ৰিকছ দেশসমূহ।



যদি ব্ৰিকছ দেশসমূহে আমেৰিকান ডলাৰ দুৰ্বল কৰাৰ বাবে নতুন মুদ্ৰা সৃষ্টি কৰে আৰু ডলাৰৰ বিপৰীতে আন কোনো মুদ্ৰা সমৰ্থন কৰে তেন্তে আমেৰিকাই এই সকলোবোৰৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব। ট্ৰাম্পৰ এই ভাবুকি সঁচা হ’লে ব্ৰিকছ দেশসমূহৰ বাবে সমস্যাৰ সৃষ্টি হ’ব।


Related

TWITTER

FACEBOOK