Home>>ট্ৰেণ্ডিং

সান্নিধ্য ভূঞাৰ সৈতে বৰপেটাৰ সংগীতানুষ্ঠানত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ

১২ মে’ৰ নিশা বৰপেটা ৰোডত আছিল সান্নিধ্যৰ অনুষ্ঠান। কি হৈছিল সেই নিশা সানিধ্য ভূঞাৰ লগত?

Read Article

ই-ৰিক্সা চালকৰ বাবে আহি গ'ল নতুন নিয়ম

নিয়ম নামানিলে ৰাজপথৰ পৰাই জব্দ কৰা হ'ব ই-ৰিক্সা। চালকসকল ৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা

Read Article

হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ দাম

৪১বিধকৈ ঔষধৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডায়েবেটিছ, হ্ৰাস পাব হৃদৰোগ, যকৃতজনিত ৰোগৰ লগতে কেইবাটাও ৰোগৰ ঔষধৰ দাম

Read Article

‘মুখ্যমন্ত্ৰী পদৰ পৰা বিজেপিয়ে আঁতৰাব যোগী আদিত্য নাথক’

মুখ্যমন্ত্ৰী পদৰ পৰা বিজেপিয়ে আঁতৰাব যোগী আদিত্য নাথক আৰু বিজেপি জয়ী হ'লেই ২ মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এই সিদ্ধান্তত প্ৰায় উপনীত হৈছে বিজেপি বুলি দাবী...

Read Article

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাই ঘৰ,মাটি আনকি ব্যক্তিগত বাহনো !

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আছে ৪ টা সোনৰ আঙুঠি যাৰ মূল্য হৈছে ২,৬৭, ৭৫০ টকা।

Read Article

গেৰুৱা ৰঙৰ টাৰবান পিন্ধি বিহাৰৰ গুৰুদ্বাৰত এক বিশেষ ৰূপত দেখা গ’ল নৰেন্দ্ৰ মোদীক

ঞ্জাৱত নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ গুৰুদ্বাৰত প্ৰধান মন্ত্ৰীক দেখা গ’ল এক বিশেষ ৰূপত। পাটনাৰ চাহিব গুৰুদ্বাৰত নিজেই লংগৰ ৰান্ধিলে নৰেন্দ্ৰ মোদীয়ে ।

Read Article

আজি দেশজুৰি অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ

Read Article

মধ্য প্ৰাচ্যৰ অস্থিৰতা! পাৰমানৱিক আক্ৰমণৰ ভাবুকি ইজৰাইলক ইৰানৰ

পাৰমানৱিক পাৰমাণৱিক বোমাৰে ইজৰাইলক উৰুৱাই দিয়াৰ ভাবুকি দিছে ইৰানে

Read Article

'দেশত I.N.D.I মহাজোঁটে গঠন কৰিব চৰকাৰ'

হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰ,‘বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ডতো  শোচনীয় পৰাজয় হ’ব বিজেপিৰ

Read Article

নিৰ্বাচনৰ মাজতেই বৃদ্ধি পালে শাক-পাচলি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম

আলু, পিঁয়াজকে ধৰি বৃদ্ধি পালে কেইবাবিধো সামগ্ৰীৰ দাম

Read Article

‘জ্ঞানবাপীত ৰাম মন্দিৰৰ দৰে কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে’

‘জ্ঞানবাপীত ৰাম মন্দিৰৰ দৰে কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে’ আৰু ‘কৃষ্ণ জনমভূমিতো নাথাকিব ঈদগাহ’ নিৰ্বাচনী সভাত মন্তব্য কৰিছে হিমন্ত বিশ্ৱ শৰ্মাই।

Read Article

আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল

২ জুনত পুনৰ আত্মসমৰ্পন কৰিব লাগিব অৰবিন্দ কেজৰিৱালে

Read Article

কন্যাৰ সফলতা নেদেখাকৈয়ে গুছি গ’ল পিতৃ,১৩ দিন পূৰ্বে পিতৃক হেৰুৱা পম্পীয়ে লাভ কৰিলে ৯৩.৬০% শতাংশ নম্বৰ

‘দেউতা থকা হেতেন আজি বহুত সুখী হ'ল হেতেন আজি’, ‘দেউতাই দি যোৱা সাহসেৰে সদায় আগবাঢ়ি যাম’

Read Article

মহাকাশত  চিঙৰা খাই ভালপোৱা সুনিতা উইলিয়ামছ সাজু হৈছে পুনৰ মহাকাশ উৰণৰ বাবে

মহাকাশত  চিঙৰা খাই ভালপোৱা ভাৰতীয় মূলৰ মহাকাশ বিজ্ঞানী সুনীতা উইলিয়ামছ তৃতীয় বাৰলৈ উৰা মাৰিব মহাকাশলৈ ।

Read Article

দুদিনৰ বাবে স্কুল-কলেজ ঘোষণা চৰকাৰৰ

প্ৰচণ্ড শিলাবৃষ্টিৰ পিছতেই ভয়ংকৰ পৰিস্থিতি  উত্তৰ-পূৰ্বত । শিক্ষানুষ্ঠান বন্ধ ঘোষণা চৰকাৰৰ।

Read Article

TWITTER

FACEBOOK