BTCত সঁচাই শূন্য হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

DY365
DY365
Published: May 7,2024 01:30 PM
DY365

Story highlights

‘BTCত মই থাকো-নাথাকো ডাঙৰ কথা নহয়, কিন্তু BTCত হাগ্ৰামা শূন্য’ – প্ৰমোদ বড়ো

৭ মে’২০২৪: নিৰ্বাচনৰ দিনাই হাগ্ৰামা মহিলাৰীক লৈ সৰৱ হ’ল প্ৰমোদ বড়ো। ভোটগ্ৰহণৰ দিনাই হাগ্ৰামা তীব্ৰ ভাষাৰে সমালোচনা প্ৰমোদ বড়োৰ । হাগ্ৰামা মহিলাৰী আৰু বিপিএফে ঘৃণা আৰু ধৰ্মীয় ৰাজনীতি কৰে বুলি মন্তব্য কৰাৰ লগতে প্ৰমোদ বড়োই কৈ যে’ ‘আমি ঘৃণাৰ ৰাজনীতি আৰু ধৰ্মৰ ৰাজনীতি কৰা নাই’ ।



‘কোকৰাঝাৰত ২ লাখতকৈয়ো অধিক ভোটত আমি জয়ী হ’ম’ । BTCত মই থাকো-নাথাকো ডাঙৰ কথা নহয়, কিন্তু BTCত হাগ্ৰামা শূন্য হ’ব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই।



‘BTCত তিনি বছৰে এদিনো সদনলৈ হাগ্ৰামা নাহিল’,‘সদ্ভাব থকা হ’লে এদিনৰ বাবে হ’লেও সদনলৈ আহিলহেঁতেন’ বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই। 
 


Related

TWITTER

FACEBOOK