প্ৰচণ্ড ধুমুহাই উৰুৱাই লৈ গ'ল ৰেল ষ্টেচনৰ টিনপাত

DY365
DY365
Published: May 6,2024 03:22 PM
DY365

Story highlights

ধুমুহাৰ কেইবাটাও ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত । প্ৰচণ্ড ধুমুহাত তচনচ ৰে'ল ষ্টেচন

৬ মে'২০২৪:  সমগ্ৰ ৰাজ্যজুৰি  প্ৰকৃতিয়ে   চলাইছে তাণ্ডৱলীলা ।  বৰদৈচিলাত তচনচ ৰাজ্যৰ কেইবাটাও প্ৰান্ত । আগন্তুক ৩ দিনলৈ বতৰক লৈ সতৰ্কবানী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰই। ধুমুহাৰ কেইবাটাও ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত ।



প্ৰচণ্ড বৰষুণ,শিলাবৃষ্টি-ধুমুহাৰ কবলত কৰিমগঞ্জ জিলা বিস্তৰ ক্ষতিসাধন। জিলাখনৰ বদৰপুৰ-ভাংগাকে ধৰি বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱে ধ্ৱংস কৰিলে বহু সা-সম্পত্তি।  ধুমুহাই উৰুৱাই লৈ গৈছে ভাংগা ৰেল ষ্টেচনৰ  টিনপাত । প্ৰচণ্ড ধুমুহা লগতে  বৰষুণৰ বাবে জলমগ্ন হৈ পৰিছে  ৰে'ল ষ্টেচনটো । 


Related

TWITTER

FACEBOOK