নিউ বঙাইগাঁৱত GRPFৰ বৃহৎ অভিযান, জব্দ কৰে বৃহত্‍ পৰিমাণৰ বাৰ্মিজ ছুপাৰি

DY365
DY365
Published: May 8,2024 01:27 PM
DY365

Story highlights

নিউ বঙাইগাঁৱত GRPFৰ বৃহৎ অভিযান। দুটা দিনত জব্দ কৰে বৃহত্‍ পৰিমাণৰ বাৰ্মিজ ছুপাৰি।

৮ মে’, ২০২৪ঃ নিউ বঙাইগাঁৱত GRPFৰ বৃহৎ অভিযান। দুটা দিনত জব্দ কৰে বৃহত্‍ পৰিমাণৰ বাৰ্মিজ ছুপাৰি।



৬ মে’ত ২০০ বস্তা বাৰ্মিজ ছুপাৰি জব্দ কৰে। ৭ মে’ত ১৩০ বস্তা বাৰ্মিজ ছুপাৰি জব্দ কৰিবলৈ সক্ষম হয়।



নামনিমুৱা 13174 নম্বৰ কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু তেজস এক্সপ্ৰেছত দুটা দিনত চলায় অভিযান।



অভিযানত জব্দ কৰে বৃহত্‍ পৰিমাণৰ ছুপাৰিসমূহ। সমগ্ৰ ঘটনাৰ বৰ্তমানেও চলি আছে তদন্ত।


Related

TWITTER

FACEBOOK