ৰাজ্যত আনুষ্ঠানিকভাৱে নিৰ্বাচন সম্পন্ন, EVMত বন্দী ১৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য

DY365
DY365
Published: May 7,2024 05:17 PM
DY365

Story highlights

ৰাজ্যত আনুষ্ঠানিকভাৱে নিৰ্বাচন সম্পন্ন। অসমত ৩টা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন। ৰাজ্যত EVMত বন্দী ১৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৭ মে’, ২০২৪ঃ ৰাজ্যত আনুষ্ঠানিকভাৱে নিৰ্বাচন সম্পন্ন। অসমত ৩টা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন। ৫ বজাৰ লগে লগে সামৰণি পৰিল ভোটদানৰ সময়। আজি তৃতীয় পৰ্যায়ত ৪ সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ।



কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, গুৱাহাটীত ভোটগ্ৰহণ সম্পন্ন। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৫ সমষ্টিত ভোটগ্ৰহণ।



২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ৫ সমষ্টিত হৈছিল ভোটগ্ৰহণ। আজি বিয়লি ৫ বজাৰ লগে লগে ৰাজ্যৰ ১৪ সমষ্টিত ভোটগ্ৰহণ সমাপ্ত। ৰাজ্যত EVMত বন্দী ১৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য।



বিয়লি পৰ্যন্ত ৰাজ্যৰ ৫ সমষ্টিত ভোটদানৰ হাৰ। ধুবুৰীত সৰ্বাধিক ভোটদানৰ বিপৰীতে গুৱাহাটীত সৰ্বনিম্ন।



কোকৰাঝাৰত ৬৩.৬৪% লোকৰ ভোটদান। বৰপেটাত ৬৫.২০% লোকৰ ভোটদান। গুৱাহাটীত ৫৭.৪৬% লোকৰ ভোটদান। ধুবুৰীত ৬৫.৫১%লোকৰ ভোটদান। 




 


Related

TWITTER

FACEBOOK