১ বজালৈ ক’ত কিমান শতাংশ ভোটদান সম্পন্ন?

DY365
DY365
Published: April 19,2024 02:11 PM
DY365

Story highlights

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১ বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে ত্ৰিপুৰাত। সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত।

১৯ এপ্ৰিল, ২০২৪ঃ ১ বজালৈ অসমত ৪৫.১২% ভোটদান। তামিলনাডুত ৩৯.৫১%  ভোটদান। আন্দামান নিকোবৰত ৩৫.৭০% ভোটদান। বিহাৰত ৩২.৪১% ভোটদান। ছত্তীশগড় ৪২.৫৭% ভোটদান। জম্মু কাশ্মীৰ ৪৩.১১% ভোটদান।



মধ্যপ্ৰদেশ ৪৪.৪৩% ভোটদান। মহাৰাষ্ট্ৰ ৩২.৩৬% ভোটদান। মণিপুৰ ৪৬.৯২% ভোটদান। অৰুণাচল প্ৰদেশ ৩৫.৭৫% ভোটদান। পশ্চিমবংগত ৫০.৯৬% ভোটদান। মেঘালয়ত ৪৮.৯১% ভোটদান।



ৰাজস্থান ৩৩.৭৩% ভোটদান। ত্ৰিপুৰা ৫৩.০৪% ভোটদান। উত্তৰপ্ৰদেশ ৩৬.৯৬ % ভোটদান। উত্তৰাখণ্ড ৩৭.৩৩% ভোটদান সম্পন্ন। লক্ষাদ্বীপত ২৯.৯১ শতাংশ ভোটদান সম্পন্ন।



মিজোৰামত ৩৭.৪৩% শতাংশ ভোটদান সম্পন্ন। নাগালেণ্ডত ৩৯.৬৬% শতাংশ ভোটদান সম্পন্ন। পুডুচেৰীত ৪৪.৯৫% শতাংশ ভোটদান সম্পন্ন। ছিকিমত ৩৬.৮২ % শতাংশ ভোটদান সম্পন্ন। 



নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১ বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে ত্ৰিপুৰাত। ৰাজ্যখনত মুঠ ৫৩.০৪ শতাংশ ভোটদান হৈছে। ১ বজালৈকে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত। লক্ষাদ্বীপত ২৯.৯১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। 


Related

TWITTER

FACEBOOK