সুস্মিতা দেৱক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান

DY365
DY365
Published: February 11,2024 08:57 PM
DY365

Story highlights

সুস্মিতা দেৱক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান। সাংবাদিক সাগৰিকা ঘোষকো প্ৰাৰ্থিত্ব প্ৰদান।

১১ ফেব্ৰুৱাৰী, ২০২৪ঃ সুস্মিতা দেৱক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান। সাংবাদিক সাগৰিকা ঘোষকো প্ৰাৰ্থিত্ব প্ৰদান।



পশ্চিমবংগৰ ৫খন ৰাজ্যসভা আসনৰ বাবে হ’ব নিৰ্বাচন। দ্বিতীয়বাৰৰ বাবে পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ সুস্মিতা।





 



বৰ্তমানৰ ৪জন সাংসদৰ ৩জনেই TMCৰ টিকটৰ পৰা বঞ্চিত। পঞ্চমখন আসনৰ পৰা অৱসৰ কংগ্ৰেছৰ অভিষেক মনুসিংভিৰ।



বংগত পঞ্চমখন আসন এইবাৰ লাভ কৰিব বিজেপিয়ে।


Related

TWITTER

FACEBOOK